মাখন সানমাখল

মাখন ৰং (Assamese) [ Roman: ma.khon rong]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-23
1. (Proper Adj.-Neuter) white mixed with a small amount of gray, yellow, or other light color. ঈষৎ মলিন বগা বৰণৰ অথবা বগাৰ সৈতে আন পাতল ৰং যেনে মটীয়া বা হালধীয়া মিহলি।